শ্ৰীলংকাত পুনৰ এক ভয়াবহ বিস্ফোৰণ, নিহতৰ সংখ্যা ১৫৮ জনলৈ বৃদ্ধি

শ্ৰীলংকাত পুনৰ এক ভয়াবহ বিস্ফোৰণ, নিহতৰ সংখ্যা ১৫৮ জনলৈ বৃদ্ধি

  • শ্ৰীলংকাত পুনৰ এক ভয়াবহ বিস্ফোৰণ।
  • ৰাষ্ট্ৰখনৰ ৰাজধানী চহৰত সংঘটিত হয় বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত ২ জন লোক।
  • আহত হৈছে প্ৰায় ১০ জন।
  • পুৱা ৰাষ্ট্ৰখনত সংঘটিত হৈছিল ৬টাকৈ ধাৰাবাহিক বিস্ফোৰণ।
  • এখন পঞ্চতাৰকা হোটেল আৰু গীৰ্জাত সংঘটিত হৈছিল এই বিস্ফোৰণ।
  • পুৱাৰ ধাৰাবাহিক বিস্ফোৰণত নিহত হয় ১৫৬ জন লোক।
  • দুপৰীয়াৰ ভাগত সংঘটিত হয় সপ্তমটো বিস্ফোৰণ।
  • মুঠ ৭ টা বিস্ফোৰণত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ১৫৮ জন লোকে।
  • নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in