পুনৰ হ’ব পাৰে অগপ-বিজেপিৰ মিত্ৰতা!

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • অগপ-বিজেপিৰ মিত্ৰতাক লৈ মন্তব্য অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ।
  • 'নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱালৈ মিত্ৰতাৰ কথাই নাহে।'
  • 'বিধেয়কখন বাতিল হ'লেহে বিবেচনা কৰা হ'ব মিত্ৰতা সন্দৰ্ভত।'
  • ইফালে কংগ্ৰেছকো চোকা সমালোচনা বিধায়কজনৰ।
  • 'ঘঁৰিয়ালৰ চকুপানী টুকি দেশপ্ৰেমী হৈছে কংগ্ৰেছ।'
  • 'অগপৰ প্ৰতি প্ৰেম জাগিছে কংগ্ৰেছৰ।'
  • 'কংগ্ৰেছে অসম চুক্তিৰ কি কি কৰিলে জনসাধাৰণে জানে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in