ৰাজ্যত একেলগে ৬০জনৰ দেহত কোভিড-১৯, আক্ৰান্ত লোকৰ সংখ্যা ৭৭৪জনলৈ বৃদ্ধি…

ৰাজ্যত একেলগে ৬০জনৰ দেহত কোভিড-১৯, আক্ৰান্ত লোকৰ সংখ্যা ৭৭৪জনলৈ বৃদ্ধি…
  • ৰাজ্যত একেলগে আৰু ৬০জনকৈ লোকৰ দেহত ধৰা পৰিল কোভিড-১৯ৰ উপস্থিতি।
  • ইয়াৰে ৪১জন কামৰূপ মেট্ৰ, ৯জন হোজাই, ৫জন মৰিগাঁও, ৪জন দৰং আৰু ১জন কামৰূপৰ।
  • অসমত এই পৰ্যন্তলৈকে ৭৭৪জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইফালে, বৰ্তমানেও ৭০৫জনকৈ লোক চিকিৎসাধীন হৈ আছে।
  • আনহাতে, কোৰোনাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ৬২জন লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in