মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণৰ পাছতে নিশা কেবিনেট বৈঠকত অংশ ল’ব উদ্ধৱ থাকৰেয়ে…

মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণৰ পাছতে নিশা কেবিনেট বৈঠকত অংশ ল’ব উদ্ধৱ থাকৰেয়ে…
  • বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰিব উদ্ধৱ থাকৰেয়ে।
  • সন্ধিয়া প্ৰায় ৬.৩০ বজাত মুম্বাইৰ শিৱাজী পাৰ্কত শপত ল'ব থাকৰেয়ে।
  • এন চি পি নেতা তথা মহাৰাষ্ট্ৰৰ হ'বলগীয়া ১৯ সংখ্যক মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে শপতগ্ৰহণৰ পাছতেই অংশ ল'ব কেবিনেট বৈঠকত।
  • মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণৰ পাছত এইখন হ'ব থাকৰেৰ প্রথমখন কেবিনেট বৈঠক।
  • এন চি পি নেতা জয়ন্ত পাটিলে সংবাদমাধ্যমৰ আগত সদৰী কৰে এই কথা।
  • সাহৱাদ্ৰী অতিথিশালাত বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত অংশ ল'ব কেবিনেট বৈঠকত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in