শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণৰ পাছতে নিশা কেবিনেট বৈঠকত অংশ ল’ব উদ্ধৱ থাকৰেয়ে…

97
  • বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰিব উদ্ধৱ থাকৰেয়ে।
  • সন্ধিয়া প্ৰায় ৬.৩০ বজাত মুম্বাইৰ শিৱাজী পাৰ্কত শপত ল’ব থাকৰেয়ে।
  • এন চি পি নেতা তথা মহাৰাষ্ট্ৰৰ হ’বলগীয়া ১৯ সংখ্যক মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে শপতগ্ৰহণৰ পাছতেই অংশ ল’ব কেবিনেট বৈঠকত।
  • মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণৰ পাছত এইখন হ’ব থাকৰেৰ প্রথমখন কেবিনেট বৈঠক।
  • এন চি পি নেতা জয়ন্ত পাটিলে সংবাদমাধ্যমৰ আগত সদৰী কৰে এই কথা।
  • সাহৱাদ্ৰী অতিথিশালাত বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত অংশ ল’ব কেবিনেট বৈঠকত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি