শেহতীয়া খবৰ
ৰাজস্থানত নিয়ন্ত্ৰণ হেৰুৱাই বিবাহযাত্ৰী কঢ়িওৱা বাছ পৰিলগৈ নদীত, ১৮ জনৰো অধিক লোকৰ মৃত্যু...  •  ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  চৰকাৰী এম্বুলেঞ্চ বিকল, ঠেলাত ৰোগী আনিলে হাস্পতাললৈ...  •  ২৩ মাৰ্চলৈ পিছুওৱা হৈছে দিল্লীৰ শ্বাহীন বাগৰ পৰা প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন  •  পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা...  •  দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...

আহি আছে ‘বালাকোট’…

600

ডিজিটেল ডেস্কঃ ভাৰতে চলোৱা বালাকোট আক্ৰমণ কাহিনীৰ ওপৰত নিৰ্মাণ হব ছবি। ছবিখনত মুখ্য চৰিত্ৰ হব উইং কামাণ্ডাৰ অভিনন্দন বৰ্তমান। অভিনেতা বিবেক অৱৰয়ে অভিনয় কৰিব অভিনন্দনৰ চৰিত্ৰত। ছবিখনৰ নাম হব ‘বালাকোট’। ছবিখন হিন্দীৰ ভাষাৰ লগতে অন্য ২টা ভাষাত নিৰ্মাণ হব।

সংবাদ মাধ্যমৰ সন্মুখত ছবিখনৰ সন্দৰ্ভত বিবেক অৱৰয়ে কয় যে- মই গৰ্বিত যে এনে এখন ছবিৰ সৈতে মই জড়িত। ছবিখন ৩ টা ভাষাত নিৰ্মাণ কৰা হব। দেশৰ সাহসী জোৱান সকলৰ বিষয়ে জনতাক অৱগত কৰোৱাতো আমাৰ দায়িত্ব। অভিনাতা জনে লগতে কয় যে, ২০২০ৰ শেষৰ ফালে ছবিঘৰলৈ আহিব ছবিখন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি