ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত মহাৰাষ্ট্ৰত চৰকাৰ গঠন প্ৰসংগত প্ৰথমবাৰৰ বাবে কি প্ৰতিক্ৰিয়া শিৱসেনাৰ…

ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত মহাৰাষ্ট্ৰত চৰকাৰ গঠন প্ৰসংগত প্ৰথমবাৰৰ বাবে কি প্ৰতিক্ৰিয়া শিৱসেনাৰ…
  • মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্বিয়াৰীক সাক্ষাৎ কৰাৰ পিছতে সোমবাৰে সন্ধিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিৱসেনাই।
  • আদিত্য থাকৰেয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, 'আমি ৰাজ্যপালক চৰকাৰ গঠন কৰিবলৈ ইচ্ছুক বুলি জানিবলৈ দিছো।'
  • 'আমি মাত্ৰ দুদিনৰ সময় বিচাৰিছিলো।'
  • 'কিন্তু আমাক সময় দিয়া নাই।'
  • 'আমি চৰকাৰ গঠন কৰিব বিচাৰো কিন্তু সময় কম পাইছো।'
  • 'আমি এতিয়াও মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিম।'
  • 'আমাক মাত্ৰ ২৪ ঘন্টাৰ সময় দিয়া হৈছিল।'
  • 'আমি ইতিমধ্যে বাকী দল বিলাকৰ সৈতে আলোচনা কৰিছো।'
  • 'আমি এতিয়াও সমৰ্থনৰ আনুষ্ঠানিক পত্ৰ কংগ্ৰেছ আৰু এন চি পিৰ পৰা পাবলৈ বাকী আছে।'
  • 'অৱশ্যে এতিয়াও ৰাজ্যপালে আমাৰ চৰকাৰ গঠনৰ প্ৰস্তাৱ নাকচ কৰা নাই।'
  • 'মাত্ৰ আমি বিচৰা অতিৰিক্ত ২দিন সময়হে দিয়া নাই।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in