কেবৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি কি ক’লে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই…

কেবৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি কি ক’লে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই…
  • কেবৰ সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ মন্তব্য।
  • 'অমিত শ্বাহক সাক্ষাৎ কৰাৰ পাছত তেওঁ কলে কেব গৃহীত কৰা হ'ব।'
  • 'এই বিধেয়ক গৃহীত কৰা হ'ব দেশৰ হিতৰ বাবে।'
  • 'কিন্তু আমি ক'লো এয়া অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিপদজনক।'
  • 'আমি এই বিধেয়কৰ বিৰুদ্ধে বিৰোধিতা কৰি যাম।'
  • 'অব্যাহত থাকিব আমাৰ সংগ্ৰাম।'
  • উল্লেখ্য যে, ৩ ডিচেম্বৰত আছুৰ লগতে কেইবাটাও সংগঠনে কেবৰ সন্দৰ্ভত গৃহ মন্ত্ৰীক কৰিছিল সাক্ষাৎ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in