শেহতীয়া খবৰ
মঙলদৈত অযোধ্যাৰ ভূমি পূজন উপলক্ষে শ্ৰী শ্ৰী বিষ্ণু হোম যঞ্জ...  •  অখিল গগৈৰ মুক্তিৰ দাবীত শিমলুগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ব্যতিক্ৰমী প্ৰতিবাদ...  •  কোৰোনাৰ মহাসংকটৰ মাজতে ইউপিপিএলৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন...  •  ঐতিহাসিক আলাবৈত ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  ধুটি-কুৰ্তা পিন্ধি অযোধ্যালৈ ৰাওনা হ'ল নৰেন্দ্ৰ মোদী...  •  প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈয়েই মৃত্যুক সাৱটিব লগা হৈছে হাইস্কুলৰ ফিক্সড পেৰ শিক্ষকে...  •  লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস...  •  ৰাম মন্দিৰৰ বাবে সুদীৰ্ঘ ২৮ বছৰ আছিল অনাহাৰে কিন্তু নাপালে নিমন্ত্ৰণ...

কেবৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি কি ক’লে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই…

4,673
  • কেবৰ সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ মন্তব্য।
  • ‘অমিত শ্বাহক সাক্ষাৎ কৰাৰ পাছত তেওঁ কলে কেব গৃহীত কৰা হ’ব।’
  • ‘এই বিধেয়ক গৃহীত কৰা হ’ব দেশৰ হিতৰ বাবে।’
  • ‘কিন্তু আমি ক’লো এয়া অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিপদজনক।’
  • ‘আমি এই বিধেয়কৰ বিৰুদ্ধে বিৰোধিতা কৰি যাম।’
  • ‘অব্যাহত থাকিব আমাৰ সংগ্ৰাম।’
  • উল্লেখ্য যে, ৩ ডিচেম্বৰত আছুৰ লগতে কেইবাটাও সংগঠনে কেবৰ সন্দৰ্ভত গৃহ মন্ত্ৰীক কৰিছিল সাক্ষাৎ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি