শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

বাজেটৰ পাছত কি কি সামগ্ৰী দাম বাঢ়িব আৰু কমিব…

15,717
  • শনিবাৰে ঘোষণা হ’ল মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্রথমখন বাজেট।
  • বাজেট ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।
  • এই বাজেটৰ পাছত মূল্যবৃ্দ্ধি হ’ব যান-বাহনৰ সা-সামগ্ৰী, চিকিৎসাৰ সা-সামগ্ৰী, ফাৰ্ণিচাৰ, জোতা-চেণ্ডেল, মবাইল, পানীৰ ফিল্টাৰ, মিক্সাৰ, ধপাতজাতীয় সামগ্ৰী, কাঁচৰ সামগ্ৰী, ফেন আদিৰ।
  • ইফালে, দাম কমিব চেনী, প্লাষ্টিকৰ সামগ্ৰী, পেকেট গাখীৰ, টেলিভিছন, ছলাৰ বেটাৰী, নিউজ প্ৰিন্ট, প্লাষ্টিকৰ চকী, চয়া প্ৰটীন আদি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি