বাজেটৰ পাছত কি কি সামগ্ৰী দাম বাঢ়িব আৰু কমিব…

বাজেটৰ পাছত কি কি সামগ্ৰী দাম বাঢ়িব আৰু কমিব…
  • শনিবাৰে ঘোষণা হ'ল মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্রথমখন বাজেট।
  • বাজেট ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।
  • এই বাজেটৰ পাছত মূল্যবৃ্দ্ধি হ'ব যান-বাহনৰ সা-সামগ্ৰী, চিকিৎসাৰ সা-সামগ্ৰী, ফাৰ্ণিচাৰ, জোতা-চেণ্ডেল, মবাইল, পানীৰ ফিল্টাৰ, মিক্সাৰ, ধপাতজাতীয় সামগ্ৰী, কাঁচৰ সামগ্ৰী, ফেন আদিৰ।
  • ইফালে, দাম কমিব চেনী, প্লাষ্টিকৰ সামগ্ৰী, পেকেট গাখীৰ, টেলিভিছন, ছলাৰ বেটাৰী, নিউজ প্ৰিন্ট, প্লাষ্টিকৰ চকী, চয়া প্ৰটীন আদি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in