মুম্বাইত খহিঁ পৰিল অট্টালিকাঃ ৪ শিশুৰ সৈতে ১১গৰাকী লোকৰ মৃত্যু…

মুম্বাইত খহিঁ পৰিল অট্টালিকাঃ ৪ শিশুৰ সৈতে ১১গৰাকী লোকৰ মৃত্যু…
  • বৃহস্পতিবাৰে পুৱা মুম্বাইত সংঘটিত হৈছে এক অঘটন।
  • ৱেষ্ট মালাডত পুৱতি নিশা হোৱা ভয়ংকৰ বৃষ্টিপাতৰ ফলত খহিঁ পৰিল এটা চাৰি মহলীয়া অট্টালিকা।
  • এই ঘটনাত মৃত্যু হৈছে ১১গৰাকীকৈ লোক। ইয়াৰ ভিতৰত আছে ৪টিকৈ শিশুও।
  • ১৮গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে এই ঘটনাত।
  • বৰ্তমানেও প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
  • নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।
  • ইফালে এই ঘটনাক লৈ বিজেপিয়ে দোষ জাপি দিছে শিৱসেনাক।
  • শাসনাধিষ্ঠ দলটোৰ অমনোযোগিতাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযো বিজেপিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in