শেহতীয়া খবৰ
ধুবুৰীৰ কোৰোনাত আক্ৰান্ত লোকজনৰ পৰিচয়, কৰ পৰা কেতিয়া ক'লৈ গৈছিল...  •  দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বক্সাৰ লাভলিনা বৰগোঁহাইৰ...  •  পুৰণিগুদামত দৰিদ্ৰজনৰ কাষত আৰক্ষী বিষয়া,সামাজিক সংগঠন...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

নাগালেণ্ডত ৬ মাহৰ বাবে ম্যাদ বৃদ্ধি কৰা হৈছে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ

352
  • নাগালেণ্ডত বৃদ্ধি কৰা হৈছে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ।
  • ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে এই ম্যাদ।
  • ৩০ ডিচেম্বৰ সোমবাৰৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হৈছে।
  • নাগালেণ্ডক পুনৰ ছমাহলৈ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে।
  • ২০২০ বৰ্ষৰ ৩০ জুন লৈকে এই আইন কাৰ্যকৰী হৈ থাকিব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি