আফগানিস্তানত আই ই ডি বিস্ফোৰণ, নিহত ১, আহত ৫…

  • আফগানিস্তানত আই ই ডি বিস্ফোৰণ।
  • আফগানিস্তানৰ ঘাজনীত সংঘটিত হয় এই আই ই ডি বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত এজন লোক।
  • ইফালে, গুৰুতৰভাৱে আহত পাঁচজন।
  • আৰক্ষীৰ মতে, এই বিস্ফোৰণ ঘাজনীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আঘাত কৰাৰ লক্ষ্যৰে কৰা হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in