সোণৰ খনিৰ ওপৰি অংশ খহি পৰাৰ ফলত ৩০ শ্ৰমিকৰ মৃত্যু, আহত ১৫

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • আফগানিস্তানত দেওবাৰে সংঘটিত হয় এক কৰুণ ঘটনা।
  • কোহিস্তান জিলাৰ এটা সোণৰ খনিত নিহত হয় ৩০জনকৈ শ্ৰমিক।
  • খনিটোৰ ওপৰৰ অংশ খহি পৰাৰ বাবেই সোণৰ খনিটোৰ ভিতৰতে মৃত্যুক সাৱটে ৩০জন শ্ৰমিকে।
  • ইফালে, এই ঘটনাত গুৰুতৰভাৱে আহত হয় ১৫জনকৈ লোক।
  • আহত আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in