বিশ্বনাথ চাৰিআলিত গ্ৰেপ্তাৰ সন্দেহজনক আফগানিস্তানৰ নাগৰিকক…

বিশ্বনাথ চাৰিআলিত গ্ৰেপ্তাৰ সন্দেহজনক আফগানিস্তানৰ নাগৰিকক…
  • বিশ্বনাথ চাৰিআলিত গ্ৰেপ্তাৰ সন্দেহজনক আফগানিস্থানৰ নাগৰিক৷
  • জেৰিন মহম্মদ লালাই নামৰ ২১ বছৰীয়া এই যুৱকজনে পাছপৰ্ট আৰু ভিছা দেখুৱাবলৈ সক্ষম হোৱা নাই৷
  • ভাৰত তথা অসমৰ বিভিন্ন ঠাইত কাপোৰৰ ব্যৱসায় কৰি থকা বুলি জনাই আৰক্ষীক।
  • লোক জনে যোৱা ৪ ডিচেম্বৰ ২০১৮ চনতে ভাৰতত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে৷
  • বিশ্বনাথ চাৰিআলি থানাত এক গোছৰ ৰুজু কৰি আফগানিস্থানী যুৱকক জনক জেলহাজোতলৈ প্ৰেৰণ কৰা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in