আফগানিস্তানত ধৰ্মীয় অনুষ্ঠানত বিস্ফোৰণ, নিহত ৪০

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ সন্ত্ৰাসজৰ্জ আফগানিস্তানত মঙলবাৰে পুনৰ সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। কোনো এক ধর্মীয় অনুষ্ঠান চলি থকাৰ মাজতে সংঘটিত এই বিস্ফোৰণত অতি কমেও ৪০জনকৈ লোক নিহত হয়।

দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰই সদৰি কৰা মতে, ঘটনাটোত আৰু কেবাজনো লোক আহত হৈছে। আহত সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা অব্যাহত ৰখা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in