শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

গুৱাহাটীৰ AECত বাঘৰ সন্ত্ৰাস, গুৰুতৰভাৱে আহত শিক্ষাৰ্থী…

221
  • শুকুৰবাৰে নিশা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বাঘৰ আতংক।
  • বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত শিক্ষাৰ্থী।
  • আহত তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ দেৱব্ৰত চুতীয়া।
  • AECৰ ৫ নম্বৰ হোষ্টেলৰ সমীপতে হৈছিল ঘটনাটো।
  • ঘটনাক লৈ জালুকবাৰীৰ কলেজ চৌহদত তীব্ৰ উত্তেজনা।
  • আতংকৰ সৃষ্টি কৰা বাঘটো নিধন কৰিলে একাংশই।
  • নিৰ্বিচাৰ প্ৰহাৰত নিধন হ’ল খাদ্যৰ সন্ধানত ওলাই অহা নাহৰফুটুকীটো ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি