গুৱাহাটীৰ AECত বাঘৰ সন্ত্ৰাস, গুৰুতৰভাৱে আহত শিক্ষাৰ্থী…

  • শুকুৰবাৰে নিশা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বাঘৰ আতংক।
  • বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত শিক্ষাৰ্থী।
  • আহত তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ দেৱব্ৰত চুতীয়া।
  • AECৰ ৫ নম্বৰ হোষ্টেলৰ সমীপতে হৈছিল ঘটনাটো।
  • ঘটনাক লৈ জালুকবাৰীৰ কলেজ চৌহদত তীব্ৰ উত্তেজনা।
  • আতংকৰ সৃষ্টি কৰা বাঘটো নিধন কৰিলে একাংশই।
  • নিৰ্বিচাৰ প্ৰহাৰত নিধন হ'ল খাদ্যৰ সন্ধানত ওলাই অহা নাহৰফুটুকীটো ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in