ৰাজ্যত ভয়ংকৰ বান, অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ দিন সলনি…

ৰাজ্যত ভয়ংকৰ বান, অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ দিন সলনি…

  • অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ তাৰিখ ২২ জুলাইলৈ পিছুৱাই দিয়া হৈছে।
  • ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত বিশ্ববিদ্যালয়ৰ।
  • মঙলবাৰ (১৬ জুলাই)ৰ পৰা নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা আছিল।
  • বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া ড° ৰঞ্জিত কুমাৰ সাউদে এই বিষয়ে জানিবলৈ দিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in