অদীপ ফুকন,মীৰা বৰঠাকুৰ আৰু মনজিৎ মহন্তই শুকুৰবাৰে দাখিল কৰিব মনোনয়ন…

অদীপ ফুকন,মীৰা বৰঠাকুৰ আৰু মনজিৎ মহন্তই শুকুৰবাৰে দাখিল কৰিব মনোনয়ন…
  • অসম জাতীয় পৰিষদৰ পূৱ গুৱাহাটী প্ৰাৰ্থী অদীপ ফুকনে শুকুৰবাৰে দাখিল কৰিব মনোনয়ন ।
  • বিশাল সমৰ্থকৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰিব অদীপ ফুকনে ।
  • ইফালে পশ্চিম গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰেও শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব।
  • ভেটাপাৰাৰ পৰা বহু সংখ্যক সমৰ্থকৰ সৈতে মনোনয়ন দিবলৈ আহে কংগ্ৰেছ নেত্ৰী গৰাকী ।
  • ইফালে দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনজিৎ সহন্তইও শুকুৰবাৰে দাখিল কৰিব মনোনয়ন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in