শেহতীয়া খবৰ
ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে নেকি যদুকূল ধ্বংসৰ আখৰা? কোৰোনাৰ মাজতে শিলাদিত্যৰ ধুমুহা...  •  জিএমচিএইচত পিপিই কিট পৰিধান কৰি ৮-৯ ঘন্টা কৰ্তব্য কৰা নাৰ্ছ হঠাৎ হ’ল অসুস্থ... VIDEO  •  জলশাক কন্টেইনমেন্ট জ’ন ঘোষণা মুম্বাই পৌৰ নিগমৰ  •  ভাৰতীয় ৰিজাৰ্ৱ বেংকৰ ডেপুটি গৱৰ্ণৰৰ বাবে ৮ গৰাকী প্ৰতিদ্বন্দী  •  বিকাশ ডুবে এনকাউন্টাৰৰ তদন্ত কমিটি গঠন  •  বটদ্ৰৱাত সৰ্পদংশনত এজনৰ মৃত্যু  •  তামুলপুৰত বেংক বিষয়া কোৰোনাত আক্ৰান্ত  •  অসমৰ গৌৰাংগলাল দাস হ’ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত  •  জম্মু-কাশ্মীৰত সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত  •  বিজেপিৰ হৈ চাফাই গোৱা শিলাদিত্যৰ বিজেপিৰ পৰাই বিদায়!

দিল্লীৰ বিজেপি সভাপতি ৰূপে আদেশ কুমাৰ গুপ্তাক নিযুক্তি প্ৰদান…

135

ডিজিটেল ডেস্কঃ বিজেপিয়ে মঙলবাৰে কেইবাখনো ৰাজ্যৰ দলীয় সভাপতিক নিযুক্তি প্ৰদান কৰে। দলটোৱে দিল্লী বিজেপিৰ সভাপতি পদৰ পৰা মনোজ তিৱাৰীক আঁতৰাই আদেশ কুমাৰ গুপ্তাক এই দায়িত্ব প্ৰদান কৰা হয়। ইফালে, ছত্তীশগড় দিল্লীৰ সভাপতি ৰূপে বিষ্ণুদেৱ ছায়ক দিয়া হয় নিযুক্তি।

উল্লেখ্য যে, মনোজ তিৱাৰীয়ে ২০১৬চনত দিল্লী বিজেপিৰ সভাপতি ৰূপে নিযুক্তি লাভ কৰিছিল। তেওঁ এই সন্দৰ্ভত টুইটাৰত লিখিছে- ‘বিজেপিৰ প্ৰদেশ সভাপতি ৰূপে মই ৩.৬ বছৰ কৰ্তব্য পালন কৰিলো। সতীৰ্থ তথা ৰাজ্যবাসীয়ে বহু মৰম দিছে। অজানিতে যদি কিবা ভুল কৰিছো তেন্তে ক্ষমা কৰি দিব। দিল্লী বিজেপি সভাপতি ৰূপে নতুনকৈ আদেশ গুপ্তাক নিযুক্তি দিয়া হৈছে। তেওঁক শুভেচ্ছা জনালো।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি