অসম জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন

অসম জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন
  • সোমবাৰে অসম জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন
  • হোটেল প্ৰাগ কন্টিনেন্টেলত সম্বোধন সংবাদমেল।
  • সভাপতি লুৰীণ জ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা সম্বোধন কৰে সংবাদমেল।
  • আপোচবিহীন ধাৰা অব্যাহত থাকিবঃ লুৰীণ জ্যোতি গগৈ।
  • ২ মে' লৈ অপেক্ষা কৰকঃ লুৰীণ জ্যোতি গগৈ।
  • আমি অসমৰ ৰাইজক আগত ৰাখি সিদ্ধান্ত ল'মঃ গগৈ।
  • অসমৰ ৰাইজে যোগাত্মক চিন্তা আগবঢ়ালেঃ গগৈ।
  • ভয় আৰু সংখ্যা অজাপৰ নাইঃ গগৈ
  • যুৱপ্ৰজন্মৰ ভোটাৰ সকল জাতীয়তাবাদৰ ফালে ধাৱমান হৈছেঃ জগদীশ ভূঞা।
  • অসম জাতীয় পৰিষদে হৰ্ষ ট্ৰেডিঙৰ ফালে ভৰি নিদিয়েঃ ভূঞা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in