মুখ্য-পৃষ্ঠাগুৱাহাটী মহানগৰীৰ শীৰ্ষ আৰক্ষী বিষয়াৰ দেহত কোভিড-১৯ অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Jul 4, 2020 ত শেষ সম্পাদনা কৰা হৈছে 722 শ্বেয়াৰ কৰক আৰক্ষীৰ শীৰ্ষ বিষয়া কোৰোনা পজিটিভ।বিষয়াগৰাকীৰ নাম পঞ্জিৎ দুৱৰা।বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে বিষয়াগৰাকী।তেওঁ আছিল মহানগৰ আৰক্ষীৰ এডিচিপি। 722 শ্বেয়াৰ কৰক