শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

অভিনেতা বিজয় ৰাজক কিয় কৰা হ’ল গ্ৰেপ্তাৰ…

24,409

ডিজিটেল ডেস্কঃ অভিনেতা বিজয় ৰাজক যোৱা সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল মহাৰাষ্ট্ৰ আৰক্ষীৰ এটা দলে। মঙলবাৰে এই কথা ৰাজহুৱা কৰিছে অতুল কুলকৰ্ণী নামৰ এগৰাকী আৰক্ষীয় বিষয়াই। শ্বুটিঙত কৰ্মৰত এগৰাকী মহিলাক বেয়া ব্যৱহাৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল অভিনেতাজনক। বিজয় ৰাজৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি মহিলাগৰাকীয়ে অতিশীঘ্ৰ তেওঁৰ ওপৰত বিহিত ব্যৱস্থাগ্ৰহণৰ দাবী তুলিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি