জনপ্ৰিয় কৌতুক অভিনেতা উদয় শংকৰ শইকীয়াৰ মৃত্যু…

জনপ্ৰিয় কৌতুক অভিনেতা উদয় শংকৰ শইকীয়াৰ মৃত্যু…
  • দেওবাৰে জনপ্ৰিয় কৌতুক অভিনেতা উদয় শংকৰ শইকীয়াৰ দেহাৱসান।
  • নটসূৰ্য বঁটাপ্ৰাপক অভিনেতা শইকীয়াৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ।
  • উল্লেখ্য যে, তেজপুৰৰ ঊষানগৰৰ বাসিন্দা আছিল শইকীয়া।
  • বহু নাটক, ধাৰাবাহিক তথা অসমীয়া ছবিত অভিনয় কৰিছিল বিশিষ্ট অভিনেতাগৰাকীয়ে।
  • বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যু বিভিন্ন জনে শোক ব্যক্ত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in