শেহতীয়া খবৰ
ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...

পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অভিনেত্ৰী শ্বাৱনা আজমী আৰু জাভেদ আখতাৰ…

10,788
  • পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে অভিনেত্ৰী শ্বাবনা আজমী।
  • মুম্বাই-পুনে এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
  • দুপৰীয়া ৩.৩০ বজাত সংঘটিত হৈছিল পথ দুৰ্ঘটনা।
  • শ্বাৱনা আজমীৰ অৱস্থা সংকটজনক।
  • দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত আছিল তেওঁৰ স্বামী জাভেদ আখতাৰ।
  • মুম্বাইৰ পৰা ৬০ কিলোমিটাৰ দূৰৈৰ কহলপুৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • দুৰ্ঘটনাত আহত হৈছে গাড়ীখনৰ চালকগৰাকীও।
  • দুৰ্ঘটনাত বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে।
  • পিছফালৰ পৰা এখন ট্ৰাকত খুন্দা মাৰে অভিনেত্ৰীগৰাকীয়ে আৰু তেওঁৰ স্বামী জাভেদ আখতাৰে গৈ থকা বাহনখনে।
  • শ্বাৱনা আজমীক নৱী মুম্বাইৰ এমজিএম হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি