মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি অভিনেতা সঞ্জয় দত্ত…

759

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তক শনিবাৰে মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰা হয়। উশাহ লোৱাত অসুবিধা পোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে অভিনেতাগৰাকীক।

উল্লেখ্য যে, প্রথমে অভিনেতাগৰাকীৰ কোভিড টেষ্ট কৰা হয় যাৰ ফলাফল নিগেটিভ আহে। ইফালে, অভিনেতাগৰাকীক স্বাস্থ্যৰ ওপৰত নিজৰ ৰাখিছে চিকিৎসকে। অৱশ্যে বৰ্তমান তেওঁ সুস্থ বুলি জানিব পৰা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি