শলঠেকত সুশান্তৰ প্ৰেমিকা ৰিয়াৰ পৰিয়াল, সকলো উপস্থিত…

শলঠেকত সুশান্তৰ প্ৰেমিকা ৰিয়াৰ পৰিয়াল, সকলো উপস্থিত…
  • ৯ঘন্টা জোৰা জেৰা কৰাৰ পাছত সোমবাৰে পুনৰ ৰিয়া চক্ৰৱৰ্তীৰ সৈতে পৰিয়ালক ই ডিয়ে কৰিব জেৰা।
  • কিছুসময়ৰ পূৰ্বে ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে ৰিয়াৰ পৰিয়াল।
  • ৰিয়া ভাতৃ শৈৱিক চক্ৰৱৰ্তী আৰু তেওঁৰ পিতৃক আজি ইডিয়ে কৰিব জেৰা।
  • উল্লেখ্য যে, যোৱা শনিবাৰে ১৮ঘন্টা জোৰা জেৰা কৰিছিল ৰিয়া ভাতৃ শৈৱিকক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in