Published on:
Updated on:
- দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্ত চিকিৎসালয়ত ভৰ্তি।
- চেন্নাইৰ কৌভেৰী হাস্পতালত ভৰ্তি হৈছে অভিনেতাগৰাকী।
- তেওঁ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়খনত ভৰ্তি হোৱা বুলি জানিব পৰা গৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in