শেহতীয়া খবৰ
নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...  •  অৱশেষত ছিগিল গোৱালপাৰাৰ জলেশ্বৰৰ বিধ্বস্ত নদীবান্ধ, ডেৰ শতাধিক ৰাজহ গাঁও ভীতিগ্ৰস্ত...

জনপ্ৰিয় অভিনেতা কিৰণ কুমাৰৰ দেহত কোভিড-১৯…

1,174

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা কিৰণ কুমাৰৰ দেহত ধৰা পৰিছে কোভিড-১৯। দেহত কোৰোনা ধৰা পৰিছে যদিও ভাল খবৰ যে শিল্পীগৰাকীৰ দেহত দেখিবলৈ পোৱা নাই কোৰোনাৰ কোনো লক্ষণ। কিন্তু ১৪ মে’ত এখন হাস্পতাললৈ গৈছিল তেওঁ। হাস্পতালখনত কোৰোনাৰ পৰীক্ষা কৰাটো বাধ্যতামূলক আছিল। সেই অনুসৰিয়ে তেওঁক কোৰোনাৰ পৰীক্ষা কৰা হয়। আৰু কোভিড-১৯ পজিটিভ পোৱা যায়।

বৰ্তমান হ’ম কোৱাৰেন্টাইনতে ৰখা হৈছে শিল্পীগৰাকীক। ঘৰৰ সকলো লোকৰে পৰা তেওঁ পৃথককৈ আছে। মে’ ২৬ আৰু ২৭ তাৰিখে তেওঁৰ দ্বিতীয় আৰু তৃতীয়টো পৰীক্ষা সম্পন্ন হ’ব। কিৰণ কুমাৰে জানিবলৈ দিয়া অনুসৰি তেওঁৰ পৰিয়ালৰ বাকী লোকসকল দ্বিতীয় মহলাত থকাৰ বিপৰীতে শিল্পীগৰাকী তৃতীয় মহলাত সামাজিক দূৰত্ব অনুসৰণ কৰি আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি