Published on:
Updated on:
- কোভিডত আক্ৰান্ত হৈ অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ মৃত্যু ।
- মুম্বাইৰ ছেভেন হিলছ চিকিৎসালয়ত মৃত্যু হয় অভিনেতা গৰাকীৰ ।
- ৫২ বছৰীয়া অভিনেতাজন এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছিল ।
- ২০০৩ চনত বলিউডত আত্মপ্ৰকাশ কৰিছিল অভিনেতা গৰাকীয়ে ।
- ১৯৮৯ চনত সেনা বাহিনীত যোগদান কৰিছিল অভিনেতা গৰাকীয়ে ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in