গুজৰাটত শ্বুটিঙৰ সময়তে ভাঙিল অভিনেতা বিকী কুশলৰ গালৰ হাড়…

গুজৰাটত শ্বুটিঙৰ সময়তে ভাঙিল অভিনেতা বিকী কুশলৰ গালৰ হাড়…
  • গুজৰাটত ফিল্ম শ্বুটিঙৰ সময়ত অঘটন।
  • শ্বুটিঙৰ সময়তে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অভিনেতা বিকী কুশল।
  • অভিনেতাগৰাকীৰ গালৰ এটা হাড় ভাঙে শ্বুটিঙৰ সময়ত।
  • ১৩টাকৈ চিলাই পৰে অভিনেতাগৰাকীৰ গালত।
  • এই কথা জনায় ছবিখনৰ সৈতে জড়িত এটা দলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in