কোভিডত আক্ৰান্ত বলিউদৰ অভিনেতা অক্ষয় কুমাৰ…

কোভিডত আক্ৰান্ত বলিউদৰ অভিনেতা অক্ষয় কুমাৰ…
  • কোৰোনাত আক্ৰান্ত বলিউদৰ অভিনেতা অক্ষয় কুমাৰ ।
  • দেওবাৰে অভিনেতা গৰাকীৰ দেহত ধৰা পৰে কোভিডৰ উপস্থিতি ।
  • বৰ্তমান অভিনেতা গৰাকী হোম কোৱাৰেন্টাইনত আছে বুলি জানিব দিয়ে ।
  • অভিনেতা গৰাকীয়ে প্ৰয়োজনীয় চিকিৎসা সেৱা গ্ৰহন কৰাৰ কথাও সদৰি কৰে ।
  • ইফালে ক্ৰমান্বয়ে দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in