এচিএছ বিষয়া বিতোপন নেওগলৈ ৰাজ্য চৰকাৰৰ কৰ্মশ্ৰী সন্মান…

এচিএছ বিষয়া বিতোপন নেওগলৈ ৰাজ্য চৰকাৰৰ কৰ্মশ্ৰী সন্মান…
  • অসম চৰকাৰৰ কৰ্মশ্ৰী সন্মন এচিএছ বিতোপন নেওগলৈ।
  • কলিয়াবৰ পৰ্যটনক লৈ আগবঢ়োৱা সেৱাৰ বাবে 'কৰ্মশ্ৰী' সন্মান এচিএছ নেওগলৈ৷
  • ৰাজ্যপালে বুধবাৰে ঘোষণা কৰে এই কথা।
  • চলিত বৰ্ষৰ এপ্ৰিলত প্ৰদান কৰিব এই এৱাৰ্ড৷
  • বৰ্তমান বিতোপন নেওগ শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাবে কৰ্মৰত হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in