ভয়ংকৰ দুৰ্ঘটনা, বাগৰি পৰিল যাত্ৰীবাহী বাছ

ভয়ংকৰ দুৰ্ঘটনা, বাগৰি পৰিল যাত্ৰীবাহী বাছ
  • ৰাজস্থানৰ জয়পুৰত ভয়ংকৰ দুৰ্ঘটনা।
  • জিলাখনৰ চাকচুৰ সমীপৰ ১২নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৬ জন যাত্ৰী।
  • বাছখনৰ ভিতৰত আছিল মুঠ ২৫ জন যাত্ৰী।
  • আহত সকলক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।
  • স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in