এন আৰ চিৰ শুনানিৰ বাবে যোৱাৰ পথত আকৌ বাহন দুৰ্ঘটনাগ্ৰস্থ, আহত ১২ জন

এন আৰ চিৰ শুনানিৰ বাবে যোৱাৰ পথত আকৌ বাহন দুৰ্ঘটনাগ্ৰস্থ, আহত ১২ জন
  • এন আৰ চিৰ শুনানিৰ বাবে যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত।
  • ওদালগুৰি জিলাৰ ইকৰাবাৰীত দুৰ্ঘটনাত পতিত হয় বাহনখন।
  • বাহনখনৰ ভিতৰত থকা ১২ জনকৈ যাত্ৰী আহত হৈছে দুৰ্ঘটনাটোত।
  • আহত কেইজনৰ দুজনৰ অৱস্থা সংকটজনক।
  • এন আৰ চিৰ শুনানিত অংশ ল'বলৈ গৈ থকা পথতে সংঘটিত হয় এই দুৰ্ঘটনা।
  • আহত সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
  • উল্লেখ্য যে, ইয়াৰ পূৰ্বে ন মাইলত দুৰ্ঘটনাত পতিত হৈছিল এন আৰ চি শুনানিৰ বাবে যোৱা এখন বাহন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in