তিনিচুকীয়াৰ পানীতোলাত দ্ৰুতবেগী বাহনৰ খুন্দাত প্ৰাণ গ’ল এজনৰ…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • তিনিচুকীয়াৰ পানীতোলাত শোকাৱহ পথ দুৰ্ঘটনা।
  • দ্ৰুতবেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল এজনৰ।
  • বাইকেৰে গৈ থকাৰ সময়তে মহটিয়াই থৈ যায় দ্ৰুতবেগী বাহনে।
  • দুৰ্ঘটনাৰ ফলত থিতাতে নিহত লোকজন প্ৰকাশ বৰুৱা বুলি চিনাক্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in