শোণিতপুৰত গণ সমাৱেশৰ পৰা উভতাৰ পথত দুৰ্ঘটনা, নিহত ১

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • শোণিতপুৰৰ বালিপৰাৰ দিঘলীত নিশা দুৰ্ঘটনাত নিহত এজন।
  • নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল এখন দ্ৰুতবেগী মেক্সিম' গাড়ী।
  • আন ৯জন লোক আহত হয় এই দুৰ্ঘটনাত।
  • নিহত লোকজনৰ নাম আলিউছ কেৰকেটা।
  • আহত আটাইকে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
  • বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত আছাৰ গণ সমাৱেশৰ পৰা ৰঙাপৰালৈ উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হয় বাহনখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in