কলিয়াভোমোৰা দলঙত দুৰ্ঘটনা, দলঙৰ ৰেলিং ভাঙি ওলমিল টেংকাৰ

  • তেজপুৰৰ কলিয়াভোমোৰা দলঙত ট্ৰাক আৰু তেল পৰিবাহী টেংকাৰৰ মাজত সংঘৰ্ষ৷
  • দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰে টেংকাৰখনৰ সন্মুখভাগ৷
  • দলঙৰ ৰেলিং ভাঙি ওলমি ৰয় টেংকাৰখন৷
  • দুৰ্ঘটনাত আহত হয় দুয়োখন বাহনৰ চালক।
  • নুমলীগড়ৰ পৰা চাৰিদুৱাৰলৈ পেট্ৰ'ল কঢ়িয়াই আনিছিল টেংকাৰখনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in