ওড়িশাত পথ দুৰ্ঘটনাত নিহত ৫

ওড়িশাত পথ দুৰ্ঘটনাত নিহত ৫
  • ওড়িশাৰ কেন্দ্ৰপাৰাত ভয়ংকৰ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই দৈ খাৱৈত বাগৰি পৰে এখন বাহন।
  • দুৰ্ঘটনাটোত নিহত বাহনখনৰ ৫ যাত্ৰী।
  • আহত হৈছে ৩ জনকৈ লোক।
  • পথৰ দুৰৱাস্থাৰ বাবে আৰু ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in