নুমলীগড়ত ভয়ংকৰ দুৰ্ঘটনা, নিহত দুই শিশু

নুমলীগড়ত ভয়ংকৰ দুৰ্ঘটনা, নিহত দুই শিশু
  • নুমলীগড়ত ভয়ংকৰ দুৰ্ঘটনা।
  • ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা।
  • নুমলীগড় বাইপাছৰ সোণাগুৰি টি ফেক্টৰীৰ সন্মুখতে সংঘটিত হয় দুৰ্ঘটনাটো।
  • নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ পৰা বাগৰি পৰিল টাটা ইণ্ডিকা।
  • দুৰ্ঘটনাত থিতাতে নিহত দুটি শিশু।
  • বাহনখনৰ ভিতৰত আছিল মুঠ ১২টি শিশু।
  • গুৰুতৰভাৱে আহত হয় বাকী শিশুকেইটি।
  • আহত শিশুকেইটিক ভিকে এনআৰএল নাৰ্ছিং হমত ভৰ্তি।
  • দুৰ্ঘটনাত নিহত হয় অৰূপ খেৰিয়া আৰু জাম্বু ওৰাং নামৰ শিশু দুটি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in