পুনে-মুম্বাই ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দুৰ্ঘটনা, নিহত ২

পুনে-মুম্বাই ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দুৰ্ঘটনা, নিহত ২
  • মহাৰাষ্ট্ৰৰ পুনে-মুম্বাই ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দুৰ্ঘটনা।
  • ৰায়গড়ৰ খালাপুৰত সংঘটিত হয় এই দুৰ্ঘটনা।
  • দুখন যাত্ৰীবাহী বাছৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ।
  • দুৰ্ঘটনাত থিতাতে নিহত ২ জন।
  • আনহাতে দুয়োখন বাছৰ ভিতৰত আবদ্ধ হৈ আছে কমেও ২০ জন যাত্ৰী।
  • ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in