মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত ২জন

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • কাতি বিহু আৰু দুৰ্গাপূজাৰ আনন্দৰ মাজতে মৰিগাঁৱত অঘটন।
  • মৰিগাঁও জিলাৰ নেলীত পথ দুৰ্ঘটনাত নিহত ২জন।
  • দুখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে প্ৰাণ হেৰুৱাই লোক দুজনে।
  • দুৰ্ঘটনাত নিহত লোক দুজন মৰিগাঁও জিলাৰ ৰোমিঅ' ডেকা আৰু নগাঁও জিলাৰ দিলীপ শৰ্মা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in