শেহতীয়া খবৰ
জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখেত গৈ থকা অৱস্থাত ট্ৰাকত অগ্নিকাণ্ড...  •  কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO  •  কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ...  •  দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...  •  ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপিন্স...  •  মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO  •  বেংকৰ টকা লুটি কোনোবা যদি পলাব খোজে, তেন্তে ধৰি বান্ধি ঘূৰাই অনা হ’বঃ প্ৰধানমন্ত্ৰী মোডী  •  জম্মু-কাশ্মীৰত বাহনসহ ২ দুৰ্বৃত্তক আটক  •  আজিলৈকে মই চুলিৰ চকীদাৰহে আছিলো, এতিয়াৰে পৰা দেশৰ চকীদাৰঃ যাৱেদ হাবিব  •  প্ৰিয়ংকা গান্ধীয়ে নাটক নকৰাটোৱেই ভাল হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী...

মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত ২জন

70
  • কাতি বিহু আৰু দুৰ্গাপূজাৰ আনন্দৰ মাজতে মৰিগাঁৱত অঘটন।
  • মৰিগাঁও জিলাৰ নেলীত পথ দুৰ্ঘটনাত নিহত ২জন।
  • দুখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে প্ৰাণ হেৰুৱাই লোক দুজনে।
  • দুৰ্ঘটনাত নিহত লোক দুজন মৰিগাঁও জিলাৰ ৰোমিঅ’ ডেকা আৰু নগাঁও জিলাৰ দিলীপ শৰ্মা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি