গোলাঘাটত নিয়ন্ত্ৰণ হেৰুৱাই টেংকাৰে খুন্দিয়ালে অল্ট’, ই ৰিক্সাত

গোলাঘাটত  নিয়ন্ত্ৰণ হেৰুৱাই টেংকাৰে খুন্দিয়ালে অল্ট’, ই ৰিক্সাত
  • গোলাঘাটৰ কৰ্টৰোডত তীব্ৰবেগী টেংকাৰে মহতিয়াই নিলে কেইবাখনো বাহন।
  • টেংকাৰ খনে খুন্দা মাৰে এখন অল্ট', এখন ই ৰিক্সাত।
  • তাৰ পিছতে টেংকাৰখনে এটা বাসগৃহটো খুন্দা মাৰে।
  • অৱশেষত এখন ট্ৰাকত খুন্দা মাৰি ৰখি যায় টেংকাৰখন।
  • টেংকাৰখনৰ চালকজনে অত্যাধিক মদ্যপান কৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কো হৈছে।
  • ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চালকজন।
  • দুৰ্ঘটনাত কোনো লোক সৌভাগ্যক্ৰমে হতাহত হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in