গহপুৰৰ ৰাঙলীয়ালত পথ দুৰ্ঘটনা, আহত ৫

গহপুৰৰ ৰাঙলীয়ালত পথ দুৰ্ঘটনা, আহত ৫
  • গহপুৰৰ ৰাঙলীয়ালত ভয়াৱহ পথ দুৰ্ঘটনা।
  • ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা।
  • ব্ৰইলাৰ কঢ়িয়াই অনা গাড়ী আৰু এখন অল্ট' কে-১০ৰ মাজত মুখামুখি সংঘৰ্ষ।
  • দুৰ্ঘটনাৰ ফলত পথৰ দাঁতিত বাগৰি পৰে বাহন দুখন।
  • শোকাবহ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ৫ জন।
  • আহত সকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
  • ঘাইপথৰ ওপৰত বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে কোনো ব্যৱস্থা নথকাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য একাংশৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in