কাৰ্বি আংলঙৰ ডকমকাত ভয়াৱহ দুৰ্ঘটনা, নিহত ৩ জন

কাৰ্বি আংলঙৰ ডকমকাত ভয়াৱহ দুৰ্ঘটনা, নিহত ৩ জন
  • কাৰ্বি আংলঙৰ ডকমকাত ভয়াৱহ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই দলঙত খুন্দা দ্ৰুতবেগী ইন'ভাৰ।
  • দুৰ্ঘটনাত থিতাতে নিহত ৩ জনকৈ লোক।
  • আহত হৈছে ৪ জন লোক।
  • আহত সকলক চিকিৎসালয়ত ভৰ্তি।
  • আহত সকলৰ অৱস্থাত অতি সংকটজনক।
  • নিহতকেইজন ডাঃ আশিনো, ছাখোলে জুট'ছ আৰু ডন আয়াৰ।
  • আটাইৰে ঘৰ নাগালেণ্ডৰ ডিমাপুৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in