ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা

ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা
  • ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা।
  • ধুবুৰীৰ পাণবাৰীত পথৰ ওপৰতে লুটি খাই পৰিল এখন মালভৰ্তি ট্ৰাক।
  • ট্ৰাকখনে কঢ়িয়াই আনিছিল চিমেন্ট।
  • পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই দুৰ্ঘটনাগ্ৰস্ত হয় ট্ৰাকখন।
  • দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালক আৰু হেণ্ডিমেনৰ।
  • সোণাপুৰৰ পৰা কোচবিহাৰলৈ চিমেন্ট কঢ়িয়াই নিছিল ট্ৰাকখনে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in