শেহতীয়া খবৰ
উত্তৰাখণ্ডত বন্যহস্তীৰ জাকে চলালে বাহনত আক্ৰমণ...  •  চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  শ্লোগানতে সীমাবদ্ধ চৰকাৰৰ বিকাশ নীতি! লখিমপুৰ-বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ জনতাৰ মান্ধাতা যুগীয়া জীৱন...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...

ছত্তীশগড়ত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৪, আহত ৩

55
  • ছত্তীশগড়ৰ কোণ্ডাগাঁৱত ভয়ংকৰ দুৰ্ঘটনা।
  • কোণ্ডাগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা।
  • এখন ট্ৰাক আৰু এখন কাৰৰ মাজত মুখামুখি সংঘৰ্ষ।
  • দুৰ্ঘটনাত থিতাতে নিহত ৪ জন লোক।
  • আহত হৈছে ৩ জন।
  • নিহতৰ পৰিয়াললৈ ২৫ হাজাৰ টকাৰ এককালীন সাহায্য চৰকাৰৰ।
  • আহত সকলক প্ৰদান কৰা হ’ব বিনামূলীয়া চিকিৎসা।
  • ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি