ছত্তীশগড়ত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৪, আহত ৩

ছত্তীশগড়ত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৪, আহত ৩
  • ছত্তীশগড়ৰ কোণ্ডাগাঁৱত ভয়ংকৰ দুৰ্ঘটনা।
  • কোণ্ডাগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা।
  • এখন ট্ৰাক আৰু এখন কাৰৰ মাজত মুখামুখি সংঘৰ্ষ।
  • দুৰ্ঘটনাত থিতাতে নিহত ৪ জন লোক।
  • আহত হৈছে ৩ জন।
  • নিহতৰ পৰিয়াললৈ ২৫ হাজাৰ টকাৰ এককালীন সাহায্য চৰকাৰৰ।
  • আহত সকলক প্ৰদান কৰা হ'ব বিনামূলীয়া চিকিৎসা।
  • ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in