বইটামাৰীত দুৰ্ঘটনা, নিহত ১

বইটামাৰীত দুৰ্ঘটনা, নিহত ১
  • পুৱতি নিশা বইটামাৰীত ভয়াৱহ পথ দুৰ্ঘটনা।
  • মাৰুতি ভান আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ।
  • দুৰ্ঘটনাত ১ জন নিহত৷
  • লগতে আহত প্ৰায় ১১ জন লোক।
  • নিহতজন মাৰুতি ভেনৰ চালক।
  • চাপৰৰ বিয়া অনুষ্ঠানৰ পৰা গোৱালপাৰালৈ গৈ আছিল মাৰুতিখন।
  • পুৱতি নিশা বইটামাৰীৰ তালগুৰি শিৱ মন্দিৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in