শেহতীয়া খবৰ
যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰি দিলে গধূৰ যান-বাহনৰ চলাচল...  •  কংগ্ৰেছলৈ উভতি আহিছে বিধায়ক ৰামালিংগা ৰেড্ডী  •  বৃহস্পতিবাৰে বিধানসভাত বিশ্বাস ভোটত অবতীৰ্ণ হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীঃ বিসম্বাদী বিধায়কক দলৰ বিৰুদ্ধে নাযাবলৈ সকিয়নী  •  অভয়াপুৰী মালেগড়ত পানীৰ সোঁতে উটুৱাই নিলে এজনক  •  শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ সক্ৰিয় দালাল চক্ৰ , দুদিনৰ ভিতৰত ২ বাৰ ৰক্তদান কৰি গ্ৰেপ্তাৰ দালাল...  •  বান-গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আচঁনি ঘোষণা, চামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত...  •  মোৰ বিশ্বাস, কুলভূষণ যাদৱে ন্যায় লাভ কৰিবঃ প্ৰধানমন্ত্ৰী মোডী  •  অবৈধ নাগৰিক বাহিৰ হ’ব লাগিব দেশৰ পৰাঃ ৰাজ্যসভাত অমিত শ্বাহৰ ঘোষণা

বইটামাৰীত দুৰ্ঘটনা, নিহত ১

344
  • পুৱতি নিশা বইটামাৰীত ভয়াৱহ পথ দুৰ্ঘটনা।
  • মাৰুতি ভান আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ।
  • দুৰ্ঘটনাত ১ জন নিহত৷
  • লগতে আহত প্ৰায় ১১ জন লোক।
  • নিহতজন মাৰুতি ভেনৰ চালক।
  • চাপৰৰ বিয়া অনুষ্ঠানৰ পৰা গোৱালপাৰালৈ গৈ আছিল মাৰুতিখন।
  • পুৱতি নিশা বইটামাৰীৰ তালগুৰি শিৱ মন্দিৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি