অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৭

অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৭
  • অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাত ভয়ংকৰ দুৰ্ঘটনা।
  • টানাকাল্লুৰ ৪৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু মিনিবাছৰ মাজত মুখামুখি সংঘৰ্ষ।
  • দুৰ্ঘটনাত নিহত ৭ জন লোক।
  • আনহাতে গুৰুতৰভাৱে ৯ জন লোক আহত হৈছে দুৰ্ঘটনাটোত।
  • আহত সকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in