অসম জাতীয় বিদ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা, এজন যুৱক আহত…

অসম জাতীয় বিদ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা, এজন যুৱক আহত…
  • মহানগৰীৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা।
  • পথ অতিক্ৰম কৰিবলৈ লোৱা এজন যুৱকক খুন্দা মাৰিলে দ্ৰুতবেগী স্কুটীয়ে।
  • মূৰ আৰু মুখত কিছু পৰিমানে আঘাত পাইছে যুৱকজনে।
  • যুৱকজনক খুন্দিয়াই একে দিশত গৈ থকা এখন ৱেগনাৰত খুন্দা মাৰে স্কুটীখনে।
  • যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
  • যুৱকজনক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in