ট্ৰাক আৰু স্কুটিৰ সংঘৰ্ষঃ বোকাজানত নিহত দুই…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বোকাজানৰ চিলনিজানত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ট্ৰাক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ।
  • ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দাও দাওকৈ জ্বলি উঠে ট্ৰাক আৰু স্কুটি।
  • বোকাজান অভিমুখে আহি আছিল চিমেণ্ট ভৰ্তি ট্ৰাকখন।
  • নিমিষতে জুই লাগি নিহত ২ জন স্কুটি আৰোহী।
    জ্বলি উঠা ট্ৰাক খনৰ নম্বৰ AS 01 LC 2466
  • স্কুটি আৰোহীজনৰ এতিয়ালৈকে পৰিচয় জানিব পৰা নাই।
  • সৰুপথাৰ পৰা অগ্নিনিৰ্বাপক বাহিনী আহি জুই নুমোৱাবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in