শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

ট্ৰাক আৰু স্কুটিৰ সংঘৰ্ষঃ বোকাজানত নিহত দুই…

72
  • বোকাজানৰ চিলনিজানত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ট্ৰাক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ।
  • ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দাও দাওকৈ জ্বলি উঠে ট্ৰাক আৰু স্কুটি।
  • বোকাজান অভিমুখে আহি আছিল চিমেণ্ট ভৰ্তি ট্ৰাকখন।
  • নিমিষতে জুই লাগি নিহত ২ জন স্কুটি আৰোহী।
    জ্বলি উঠা ট্ৰাক খনৰ নম্বৰ AS 01 LC 2466
  • স্কুটি আৰোহীজনৰ এতিয়ালৈকে পৰিচয় জানিব পৰা নাই।
  • সৰুপথাৰ পৰা অগ্নিনিৰ্বাপক বাহিনী আহি জুই নুমোৱাবলৈ সক্ষম হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি