বোকাখাতত জুৱাৰ আড্ডাৰ পৰা গ্ৰেপ্তাৰ ২ এবিভিপি সদস্যসহ প্ৰাক্তন সেনা জোৱান

বোকাখাতত জুৱাৰ আড্ডাৰ পৰা গ্ৰেপ্তাৰ ২ এবিভিপি সদস্যসহ প্ৰাক্তন সেনা জোৱান
  • বোকাখাতত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
  • জুৱাৰ আড্ডাত জুৱাৰ ধন লুটৰ বাবে গুলী ফুটোৱাৰ অভিযোগ এজন লোকৰ বিৰুদ্ধে।
  • কৈলাখাটৰ ডিফলু নদীৰ পাৰত সংঘটিত হৈছে এই ঘটনা।
  • লোকজনৰ নাম মোহন কছাৰী।
  • লোকজন এজন প্ৰাক্তন সেনা জোৱান বুলি জানিব পৰা গৈছে।
  • জোৱানজনক পিষ্টলসহ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
  • ইফালে আন দুজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
  • লোক দুজনৰ নাম ৰাজা সূত্ৰধৰ আৰু ইন্দুপৱন শইকীয়া।
  • প্ৰাপ্ত খবৰ অনুসৰি গ্ৰেপ্তাৰ হোৱা লোক দুজন এ বি ভি পিৰ সদস্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in